১৮ জুন
অৱয়ব
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
১৮ জুন (ইংৰাজী: 18 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৯তম (অধিবৰ্ষত ১৭০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৬টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৫৭৬ - হলিঘাটতত মোগলৰ বিৰুদ্ধে ৰাজপুতৰ যুদ্ধ হয়। এই যুদ্ধত ৰাজপুত ৰজা ৰাণাপ্ৰতাপ সিংহ পৰাজিত হয়।
- ১৮৫৭ - বিখ্যাত ‘ৱাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈ বন্দী হয়।
- ১৯৫৬ - হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয়।
- ১৯৫৬ - ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বীকৃতি প্ৰদান কৰে। ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে।
- ১৯৮৬ - গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয়।
জন্ম
[সম্পাদনা কৰক]- ১৮৬১ - দৈৱকী নন্দন ক্ষত্ৰী, প্ৰথম হিন্দী ৰহস্য আৰু আলৌকিক/ভৌতিক ঔপন্যাসিক।
- ১৯০২ - লুইছ এলটাৰ, আমেৰিকান সংগীতজ্ঞ।
- ১৯৫১ - বিউটি শৰ্মা বৰুৱা, ভাৰতীয় সংগীতশিল্পী।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৫৮ - ঝাঁঞ্চিৰ ৰাণী লক্ষ্মী বাঈ, চিপাহী বিদ্ৰোহ ১৮৫৭ ৰ বীৰাঙ্গনা। (জ.১৯/১১/১৮২৮)
- ১৯৩৬ - মেক্সিম গৰ্কী, ৰুছ ঔপন্যাসিক। তেওঁক এলেক্সি মেক্সিমভিচ পেছকভ নামেৰেও জনা যায়।
- ২০০২ - নাচিম বানু, অভিনেত্ৰী। হিন্দী চলচ্চিত্ৰ জগতত চায়েৰা বানু নামেৰে জনাজাত।
- ২০২১ - মিলখা সিং, ভাৰতীয় দৌৰবিদ। দ্য ফ্লায়িং শিখ (The Flying Sikh) নামেৰে তেখেত পৰিচিত। ক'ভিড-১৯ বৈশ্বিক মহামাৰীত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।
- ২০২১ - উষাৰাণী বৰুৱা, অসমীয়া শিক্ষাবিদ তথা সাহিত্যিক।
দিৱস
[সম্পাদনা কৰক]- মানৱ অধিকাৰ দিৱস (আজেৰবাইজান)।
- বিশ্ব বনভোজ দিৱস।
অন্যান্য
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৮ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|