সমললৈ যাওক

৯ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩  ১৪  ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৯ নৱেম্বৰ (ইংৰাজী: 9 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৩তম (অধিবৰ্ষত ৩১৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • আজি ন্যায় সেৱা দিৱস।
  • ১৯১৭ চনৰ আজিৰ দিনটোতে জাৰ্মানীক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হয়।[1]
  • ১৯৫৩ কম্বোডিয়াৰ ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ।
  • ২০০০ চনৰ আজিৰ দিনটোত "উত্তৰাখণ্ড" ৰাজ্য গঠন কৰা হয়।[1]
  • ২০২২ চনৰ আজিৰ দিনটোতে শ্ৰীযুত ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে ভাৰতবৰ্ষৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে ।


  • ১৮৮৩ - মাইলছ ব্ৰনছন , প্ৰথম অসমীয়া " অসমীয়া-ইংৰাজী" অভিধান ৰচয়িতা।
  • ১৯৬২ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
  • ২০০৩ - পুষ্পলতা দাস , এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।
  • ২০০৫ - কে আৰ নাৰায়ণন, ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]