সমললৈ যাওক

১২ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

১২ ফেব্ৰুৱাৰী (ইংৰাজী: 12 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২২টা দিন (অধিবৰ্ষত ৩২৩ দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

উল্লেখযোগ্য ঘটনা

[সম্পাদনা কৰক]
  • ১৮৫৫ - মিচিগান ষ্টেট ইউনিভাৰ্ছিটি প্ৰতিষ্ঠিত হয়। বৰ্তমান সময়ত বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ অন্যতম এখন।
  • ১৫০২ - ভাস্কো দা গামাই পৰ্তুগালৰ লিচবনৰ পৰা ভাৰতলৈ দ্বিতীয় নৌ যাত্ৰা আৰম্ভ কৰে।
  • ১৯৬১ - শুক্ৰ গ্ৰহলৈ লক্ষ্য কৰি ছোভিয়েট ইউনিয়নে ভেনেৰা-১ উৎক্ষেপণ কৰে।
  • ১৮৭৭ - প্ৰথম টেলিফোনত সংবাদ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।
  • ১৯৯৩ - ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত ৪০০টা উইকেট আৰু ৫০০০ ৰাণ সংগ্ৰহ কৰিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]