৫ নৱেম্বৰ
অৱয়ব
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
৫ নৱেম্বৰ (ইংৰাজী: 5 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৯তম (অধিবৰ্ষত ৩১০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৫৫৬ - পাণি পথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়।
- ১৯১৪ - গ্ৰেট ব্ৰিটেইনে চাইপ্ৰাছ অধিকাৰ কৰে।
- ১৯১৬ - পোলেণ্ডে স্বাধীনতা লাভ কৰে।
- ১৯২০ - ভাৰতীয় ৰেডক্ৰছ সন্থা গঠন কৰা হয়।
- ১৯৭৭ - ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৯৩৪ - কিৰা মুৰাট'ভা, ইউক্ৰেনীয়ান চলচ্চিত্ৰ পৰিচালিকা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী।
- ১৯৬০ - ৰানু মণ্ডল, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৮৮ - বিৰাট কোহলি, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
- ১৯৮৮ - আবু নেচিম, অসমৰ ক্ৰিকেটাৰ।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৭৯ - জেমছ ক্লাৰ্ক মেক্সৱেল, স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী।
- ২০০৮ - বলদেৱ ৰাজ চোপড়া, হিন্দী চলচ্চিত্ৰৰ নিৰ্দেশক আৰু নিৰ্মাতা তথা দূৰদৰ্শনৰ ধাৰাবাহিক মহাভাৰতৰ নিৰ্মাতা। (জন্ম: ২২ এপ্ৰিল, ১৯১৪)
- ২০১১ - ড॰ ভূপেন হাজৰিকা, সুধাকণ্ঠ, বিশ্ববৰণ্য শিল্পী, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন, দাদা চাহেব ফাল্কে। ( জন্ম: ৮ ছেপ্তেম্বৰ, ১৯২৬ চন শদিয়াত।
- ২০২২ - ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী হিমাচল প্ৰদেশৰ কিন্নৌৰত থকা তেওঁৰ বাসগৃহত মৃত্যুবৰণ কৰে। তেওঁৰ বয়স আছিল ১০৬ বছৰ।
দিৱস
[সম্পাদনা কৰক]- বেংক ট্ৰেন্সফাৰ দিৱস (যুক্তৰাষ্ট্ৰ)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ৫ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|