সমললৈ যাওক

৭ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৭ জানুৱাৰী (ইংৰাজী: 7 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৮টা দিন (অধিবৰ্ষত ৩৫৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

[সম্পাদনা কৰক]
  • ১৯২৭ খৃঃ - নিউ য়ৰ্ক আৰু লণ্ডনৰ মাজত "ট্ৰেন্স আটলাণ্টিক" বাণিজ্যিক টেলিফোন সেৱাৰ মুকলি।
  • ১৯৭৯ খৃঃ - ভিয়েটনামৰ সৈন্যই কম্বোডিয়াৰ ৰাজধানী ফনম পেনঃ দখল কৰিছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]