১২ মে'
(১২ মে’ৰ পৰা পুনঃনিৰ্দেশিত)
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
১২ মে' (ইংৰাজী: 12 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩২তম (অধিবৰ্ষত ১৩৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৩টা দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৬৫ - বাংলাদেশত হোৱা ঘূৰ্ণিবতাহত ১৭ হাজাৰ লোকৰ প্ৰাণহানি ঘটে।
জন্ম[সম্পাদনা কৰক]
- ১৮৮২ - ছবিলাল উপাধ্যায়, ভাৰতীয় ৰাজনীতিবিদ।
- ১৮৮৭ - শৰৎচন্দ্ৰ গোস্বামী (১৮৮৭-১৯৪৪) অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সুসংগঠক আছিল।
- ১৮২০ - ফ্লোৰেন্স নাইটিংগেল, আধুনিক নাৰ্চিং সেৱাৰ অগ্ৰদূত, লেখিকা আৰু পৰিসংখ্যানবিদ। (মৃত্যু: ১৩ আগষ্ট,১৯১০)
- ১৯৫০ - দেৱকান্ত সন্দিকৈ, অসমীয়া সাহিত্যিক।
- ১৯৭৭ - মাৰিয়াম মিৰ্জাখানী, ইৰাণী গণিতজ্ঞ।
- ১৯৮০ - ঋষি চুনাক, ব্ৰিটিছ ৰাজনীতিবিদ।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৮৫ - বি. বিজয়ালক্ষ্মী, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
- ১৯৯৯ - কলামণ্ডলাম কল্যাণীকুট্টি আম্মা, ভাৰতীয় নৃত্যশিল্পী।
- ২০১৫ - সুচিত্ৰা ভট্টাচাৰ্য, ভাৰতীয় ঔপন্যাসিক।
- ২০২১ - হোমেন বৰগোহাঞি, অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়। ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। (জন্ম: ৭ ডিচেম্বৰ, ১৯৩২)
দিৱস[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ১২ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2007-05-27 at the Wayback Machine
|