২৪ মে'
অৱয়ব
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
২৪ মে' (ইংৰাজী: 24 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৪তম (অধিবৰ্ষত ১৪৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২১টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী
[সম্পাদনা কৰক]- ২০১৩ - মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
জন্ম
[সম্পাদনা কৰক]- ১৬৮৬ - ডেনিয়েল গেব্ৰীয়েল ফাৰেণহাইট, নেদাৰলেণ্ডৰ (হলেণ্ড) ভৌতিক বিজ্ঞানী, ফাৰেণহাইট তাপ-স্কেল আৰু মাৰ্কুৰীথাৰ্মোমিটাৰৰ বাবে জনাজাত। (মৃত্যু: ১৭৩৬)
- ১৮৯৯ - কাজী নজৰুল ইছলাম, বাংলাদেশী সঙ্গীতজ্ঞ।
- ১৯৪০ - মওদুদ আহমেদ, বাংলাদেশী ৰাজনীতিবিদ আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৪১ - বব ডিলন, আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি।
- ১৯৪২ - জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট, স্কটিছ ৰসায়ন বিজ্ঞানী।
- ১৯৮৮ - থোনাকল গোপী, ভাৰতীয় এথলেট।
মৃত্যু
[সম্পাদনা কৰক]- ১৫৪৩ - নিক'লাচ ক'পাৰ্নিকাচ, পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, 'পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ নহয়, বৰং সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ'-এই কথাষাৰৰ আৱিষ্কাৰক।
- ১৯৮৫ - কুমাৰ কিশোৰ, অসমৰ ঔপন্যাসিক। তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। (জন্ম: ১৯৮৫)
- ১৯৮৯ - তৃপ্তি মিত্ৰ, ভাৰতীয় অভিনেত্ৰী।
- ২০১১ - কবীন ফুকন, অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ (জন্ম: ১৯৪৬ চন)।
- ২০২১ - দাৰা আহমেদ, অসমীয়া চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা।
- ২০২৪ - হৰেন্দ্ৰনাথ দাস, অসমৰ প্ৰাক্তন মুখ্য সচিব, অৰ্থনীতিবিদ আৰু লেখক ।
দিৱস
[সম্পাদনা কৰক]- স্বাধীনতা দিৱস (ইৰিত্ৰিয়া)
- আন্তৰ্জাতিক ভাতৃ দিৱস।
অন্যান্য তথ্য
[সম্পাদনা কৰক]
|