১৪ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ১৪ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৪ জুলাই (ইংৰাজী14 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৫তম (অধিবৰ্ষত ১৯৬তম) দিন। বছৰ শেষ হ'বলৈ ১৭০ দিন বাকী থাকে।

জন্ম[সম্পাদনা কৰক]

  1. ১৯২১ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ইংগাৰ বাৰ্গমেনৰ ছুইডেনত জন্ম হৈছিল।
  2. ১৯২১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী বিজ্ঞানী জে. উইলকিনছৰ জন্ম হৈছিল।
  3. ১৯৪৭ চনৰ আজিৰ দিনটোত মৰিছাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নবীন ৰামগোলামৰ জন্ম হয়।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৭১ চনৰ আজিৰ দিনটোতে ১৯৯২ চনৰ মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা মধু চাপৰেৰ জন্ম হয়।
  2. ১৯৯৮ চনৰ আজিৰ দিনটোতে এই মেক ড'নাল্ড ৰেষ্টুৰেণ্টৰ প্ৰতিষ্ঠাতা প্ৰখ্যাত ব্যৱসায়ী ৰিচাৰ্ড মেক ড'নাল্ডৰ মৃত্যু হয়।
  3. ২০০২ চনৰ আজিৰ দিনটোতে এখুদ ককাইদেউ অৰ্থাৎ নৱকান্ত বৰুৱাৰ মৃত্যু হয়।

অনান্য[সম্পাদনা কৰক]

  1. ১৯৬৬ চনত চক্ৰশিলা পাহাৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় আৰু ১৯৯৪ চনৰ আজিৰ তাৰিখতে ইয়াক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যদা দিয়া হয়।
  2. ১৯৪২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱটি কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে গ্ৰহণ কৰে।
  3. ২০০৮ চনৰ আজিৰ দিনটোতে মিছ ভেনিজুৱেলা ডায়না মেন্তোজাৰে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।
  4. ১৯৬৭ বৰ্ষৰ আজিৰ দিনটোতে আলফ্ৰেড নোবেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ‘ডিনামাইট’ৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।
  5. ১৭৮৯ চনৰ আজিৰ দিনটোতে ফৰাচী বিপ্লৱৰ সূচনা হৈছিল।

দিৱস[সম্পাদনা কৰক]

  1. আজি ইৰাকৰ গণতন্ত্ৰ দিৱস।
  2. আজি ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]