১ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাৰ্চ ১ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০তম (অধিবৰ্ষত ৬১তম) দিন।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৪৯৮ - ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে।
  • ১৮১১ - মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন।
  • ১৮১৫ - এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়।
  • ১৮১৯ - শ্ৰীৰামপুৰৱিলিয়াম কেৰি, জুছোৱা মাৰ্ছমেন আৰু ৱিলিয়াম ইয়াৰ্ডে “বেংক অফ শ্ৰীৰামপুৰ” প্ৰতিষ্ঠা কৰে।
  • ১৮৪৮ - ভাৰতত ভূমিকম্পত ১ হাজাৰ জনৰ প্ৰাণহানি।
  • ১৯০১ - অষ্ট্ৰেলিয়ান সেনাবাহিনী গঠিত হয়।
  • ১৯০৭ - ভাৰতত সৰ্বপ্ৰথম তীখাৰ কাৰখানা প্ৰতিষ্ঠিত হয়।
  • ১৯১২ - এলবাৰ্ট বেৰী প্ৰথম বিমানৰ পৰা পেৰাছুটৰ সহায়ত নামে।
  • ১৯১৪ - চীনে আন্তৰ্জাতিক পোষ্টেল ইউনিয়নত যোগদান কৰে।
  • ১৯১৯ - কোৰিয়াৰ জাতীয় মুক্তি আন্দোলনৰ সূত্ৰপাত।
  • ১৯৪৯ - ৰাছিয়ান বিমান দুৰ্ঘটনাত ৩৮৫ জন নিহত।
  • ১৯৭১ - স্বাধীন বাংলা ছাত্ৰ সংগ্ৰাম পৰিষদ গঠিত হয়।
  • ১৯৭১ - ইয়াহিয়া খান কৰ্তৃক পাকিস্তান জাতীয় পৰিষদৰ অধিবেশন অনিৰ্দিষ্ঠকাললৈ স্থগিত ঘোষণা।
  • ১৯৮৫ - বাংলাদেশৰ জেনেৰেল এৰছাদৰ ৰাজনৈতিক তৎপৰতা নিষিদ্ধ ঘোষণা।
  • ১৯৯০ - লিথুনিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৯৭ - বাংলাদেশত প্ৰথম টেলিফোন বেংকিং সেৱা আৰম্ভ হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]


ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]