- ১৮৭৯ - এলবাৰ্ট আইনষ্টাইন, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থ বিজ্ঞানী।
- ১৯৩৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৩৪ - এলি আহমেদ, ভাৰতীয় লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী।
- ১৯৪৯ - ফৰিদা জালাল, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫৬ - ইন্দু মলহোত্ৰা, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।
- ১৯৬৫ - আমিৰ খান, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
- ১৯৬৭ - মাইকেল ফিংক, আমেৰিকান মহাকাশচাৰী।
- ১৯৭২ - ইৰম চানু শৰ্মীলা, ভাৰতীয় মানৱ অধিকাৰ কৰ্মী। “মণিপুৰৰ লৌহ নাৰী” হিচাপে পৰিচিত।
- ১৯৯৬ – ইতিহাস লেখক প্ৰকাশ ৰায়।
- ১৮৮৩ - কাৰ্ল মাৰ্ক্স, জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
- ১৮৯৯ - হেৰ্মান ষ্টাইণ্টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
- ১৯৯৫ - উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ২০১০ - বীৰেশ্বৰ বৰুৱা, অসমীয়া কবি আৰু সমালোচক।
- ২০১৮ - ষ্টিফেন হকিং, ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইমৰ ৰচক।
- ২০২২ - মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।