সমললৈ যাওক

১ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

১ মাৰ্চ (ইংৰাজী: 1 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬০তম (অধিবৰ্ষত ৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৫টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৪৯৮ - ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে।
  • ১৮১১ - মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন।
  • ১৮১৫ - এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়।
  • ১৮১৯ - শ্ৰীৰামপুৰত ৱিলিয়াম কেৰি, জুছোৱা মাৰ্ছমেন আৰু ৱিলিয়াম ইয়াৰ্ডে “বেংক অফ শ্ৰীৰামপুৰ” প্ৰতিষ্ঠা কৰে।
  • ১৮৪৮ - ভাৰতত ভূমিকম্পত ১ হাজাৰ জনৰ প্ৰাণহানি।
  • ১৯০১ - অষ্ট্ৰেলিয়ান সেনাবাহিনী গঠিত হয়।
  • ১৯০৭ - ভাৰতত সৰ্বপ্ৰথম তীখাৰ কাৰখানা প্ৰতিষ্ঠিত হয়।
  • ১৯১২ - এলবাৰ্ট বেৰী প্ৰথম বিমানৰ পৰা পেৰাছুটৰ সহায়ত নামে।
  • ১৯১৪ - চীনে আন্তৰ্জাতিক পোষ্টেল ইউনিয়নত যোগদান কৰে।
  • ১৯১৯ - কোৰিয়াৰ জাতীয় মুক্তি আন্দোলনৰ সূত্ৰপাত।
  • ১৯৪৯ - ৰাছিয়ান বিমান দুৰ্ঘটনাত ৩৮৫জন নিহত।
  • ১৯৭১ - স্বাধীন বাংলা ছাত্ৰ সংগ্ৰাম পৰিষদ গঠিত হয়।
  • ১৯৭১ - ইয়াহিয়া খান কৰ্তৃক পাকিস্তান জাতীয় পৰিষদৰ অধিবেশন অনিৰ্দিষ্ঠকাললৈ স্থগিত ঘোষণা।
  • ১৯৮৫ - বাংলাদেশৰ জেনেৰেল এৰছাদৰ ৰাজনৈতিক তৎপৰতা নিষিদ্ধ ঘোষণা।
  • ১৯৯০ - লিথুনিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৯৭ - বাংলাদেশত প্ৰথম টেলিফোন বেংকিং সেৱা আৰম্ভ হয়।
  • ১৯১১ - য়াকুবছ হেনৰিকুছ ফাণ্ট হফ, ডাচ জৈৱ ৰসায়নবিদ, ৰসায়নত প্ৰথম ন'বেল পুৰস্কাৰ বিজয়ী।
  • ১৯২৪ - গোপীনাথ সাহা, ব্ৰিটিশ বিৰোধী স্বাধীনতা আন্দোলন, বাংলা বিপ্লৱী তথা ছহীদ।
  • ১৯৪৩ - আলেকজেণ্ডাৰ ইৰছিন, ফ্ৰান্স-ছুইছ চিকিৎসক।
  • ১৯৮৯ - বসন্তদাদা পাটিল, মহাৰাষ্ট্ৰৰ ষষ্ঠ মুখ্যমন্ত্ৰী তথা দশম গভৰ্ণৰ।
  • ১৯৯৫ - জৰ্জেছ জে. এফ. কোহলাৰ, জাৰ্মান জীৱবিজ্ঞানী, চিকিত্সাবিজ্ঞানত ন'বেল পুৰস্কাৰ বিজয়ী।
  • ২০২০ - হেমেন্দ্ৰ কুমাৰ গগৈ, অসমীয়া অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ।

ছুটি আৰু অন্যান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]