১৯ ফেব্ৰুৱাৰী
অৱয়ব
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
১৯ ফেব্ৰুৱাৰী (ইংৰাজী: 19 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৫টা দিন (অধিবৰ্ষত ৩১৬ দিন) বাকী থাকে।
জন্ম
[সম্পাদনা কৰক]- ১৪৭৩ - নিক'লাচ ক'পাৰ্নিকাচ, বিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী।
- ১৬৩০ - ছত্ৰপতি শিৱাজী মহাৰাজ, ভাৰতীয় যোদ্ধা ৰজা।
- ১৬৬০ - ফ্ৰীডৰীখ হফমান, জাৰ্মান পদাৰ্থবিদ আৰু ৰসায়নবিদ।
- ১৯১৯ - হেম ভৰালী, ভাৰতীয় মুক্তি যুঁজাৰু।
- ১৯৬৩ - ফাল্গুনী নায়াৰ, ভাৰতীয় ব্যৱসায়ী।
- ১৯৬৪ - জেনিফাৰ ডাউডনা, আমেৰিকান জৈৱ ৰসায়নবিদ।
- ১৯৭০ - কে আৰ মীৰা, ভাৰতীয় লেখক আৰু সাংবাদিক।
- ১৯৮৬ - কৱি শাস্ত্ৰী, ভাৰতীয় ব্ৰিটিছ অভিনেতা।
- ২০০৪ - মিলি ববি ব্ৰাউন, ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৬১ - ৰাণী ৰাসমণি, ভাৰতৰ জমিদাৰ।
- ১৯১৫ - গোপাল কৃষ্ণ গোখলে, ভাৰতীয় দাৰ্শনিক তথা ৰাজনীতিবিদ।
- ১৯৫১ - আণ্ড্ৰে পউল গুলেইম গিদ, ফৰাচী সাহিত্যিক।
- ১৯৮২ - গুৰুপ্ৰসাদ দাস, অসমীয়া বিজ্ঞানী।
- ২০১৬ - হাৰ্পাৰ লী, আমেৰিকান লেখক।
- ২০১৭ - বনশ্ৰী সেনগুপ্ত, ভাৰতীয় গায়িকা।
দিৱস
[সম্পাদনা কৰক]- শিৱাজী জয়ন্তী, (মহাৰাষ্ট্ৰ, ভাৰত)।
- পতাকা দিৱস (তুৰ্কমেনিস্তান)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|